পঞ্চমপঞ্চমবাৰৰ

পঞ্চমকাৰ (Assamese) [ Roman: pon.som.kar]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-26
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Abstract Noun) the five essentials of worship according to the doctrine held by the heterodox followers of the Tantras, viz spirituous liquor, flesh, fish, fried gram and copulation. বমাচাৰী শাক্তবিলাকৰ উপাসনাৰ পাঁচোটা প্ৰধান বস্তু৷ সেই আটাইবিলাক ’ম’ আখৰেৰে আৰম্ভ৷ যেনে- মদ, মঙহ, মাছ, মুদ্ৰা (ভজা বস্তু) মৈঠুন (ৰতিক্ৰিয়া)৷