নৌবহৰনৌযাওঁতেই
নৌবাহিনী (Assamese) [ Roman: nou.ba.hi.ni]
English: navy,
Assamese: নৌ বিভাগ, নৌ-বল, নৌবাহিনী, নৌসেনা,
Bodo: डिंगा बाहागो,
Tai: লুক ছুক্ নাম্,
Bangla: নেভি
নৌবাহিনী (Assamese) [ Roman: nou.ba.hi.ni]
1. (Abstract Noun) the division of the armed force that dwell in the sea using ships and submarines জাহাজ আৰু চাবমেৰিন ব্যৱহাৰ কৰি সাগৰত কৰ্মৰত সেনাৰ বিভাগ
Assamese: নৌ বিভাগ, নৌ-বল, নৌবাহিনী, নৌসেনা,
Bodo: डिंगा बाहागो,
Tai: লুক ছুক্ নাম্,
Bangla: নেভি