নিৰ্হাৰনিৰয়
নিৰ্হৰণ (Assamese) [ Roman: nir.ho.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
English: exequies, funeral, obsequies,
Assamese: অগ্নিকৰ্ম, অগ্নিকৰ্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, নিৰ্হাৰ, নিৰ্হৰণ, মৃত-সত্কাৰ, শেষকৃত্য, শ্মশানকৃত্য, শৱ সৎকাৰ, সংস্ক্ৰিয়া, সত্কাৰ,
Bodo: कासनि हाबाफारि,
Karbi: chomangkan, kithi kephlong, thi-karhi,
Dimasa: mang-gitih saobah
নিৰ্হৰণ (Assamese) [ Roman: nir.ho.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) a religious, ceremonial process of burning(cremating)or burying a dead person. মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷Assamese: অগ্নিকৰ্ম, অগ্নিকৰ্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, নিৰ্হাৰ, নিৰ্হৰণ, মৃত-সত্কাৰ, শেষকৃত্য, শ্মশানকৃত্য, শৱ সৎকাৰ, সংস্ক্ৰিয়া, সত্কাৰ,
Bodo: कासनि हाबाफारि,
Karbi: chomangkan, kithi kephlong, thi-karhi,
Dimasa: mang-gitih saobah