নিৰ্বাচিতনিৰ্বাত
নিৰ্বাণ (Assamese) [ Roman: nir.ban]
alt: নিৰ্ব্বাণ
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-24
English: salvation,
Assamese: অপবৰ্গ, অবন্ধন, অভয়-পদ, অৱমোচন, উপৰতি, উপৰাম, কৈৱল্য, ত্ৰাণ, দুঃখান্ত, নিবৃত্তি, নিৰ্বাণ, নিৰ্যান, পৰমগতি, পৰমাৰ্থ, পৰম্পদ, পৰস্পদ, পৰিনিৰ্বাণ, পৰিমোক্ষ, পৰিমোক্ষণ, বিমোচন, মহানিৰ্বাণ, মহানিৰ্ব্বাণ, মুকুতি, মুক্তি, মোক্ষ, মোক্ষণ, মোক্ষপদ, মোচন, লীন-মুক্তি,
Meeteilon: araan khubam,
Nagamese: mukti, poritran, poritron,
Hindi: मोक्ष,
Deori: উদাৰিবা, তৰাবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
নিৰ্বাণ (Assamese) [ Roman: nir.ban]
alt: নিৰ্ব্বাণ
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-24
1. (Abstract Noun) Deliverance from the power or penalty of sin, redemption. পাপৰ শাস্তিৰ পৰা নিবৃত্তি বা উদ্ধাৰ
Assamese: অপবৰ্গ, অবন্ধন, অভয়-পদ, অৱমোচন, উপৰতি, উপৰাম, কৈৱল্য, ত্ৰাণ, দুঃখান্ত, নিবৃত্তি, নিৰ্বাণ, নিৰ্যান, পৰমগতি, পৰমাৰ্থ, পৰম্পদ, পৰস্পদ, পৰিনিৰ্বাণ, পৰিমোক্ষ, পৰিমোক্ষণ, বিমোচন, মহানিৰ্বাণ, মহানিৰ্ব্বাণ, মুকুতি, মুক্তি, মোক্ষ, মোক্ষণ, মোক্ষপদ, মোচন, লীন-মুক্তি,
Meeteilon: araan khubam,
Nagamese: mukti, poritran, poritron,
Hindi: मोक्ष,
Deori: উদাৰিবা, তৰাবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) The act of making extinct or causing to be extinguished. জুই, অগ্নিকাণ্ড আদি নুমোৱা কাৰ্য্য ।