নিৰীক্ষকনিৰীক্ষণ কৰ

নিৰীক্ষণ (Assamese) [ Roman: ni.ri.khyon]
1. (Abstract Noun) the act of seeing or listening or sensing by any means of any phenomena without interferring it. কোনো পৰিঘটনা একো বাধা নিদিয়াকৈ দেখা, শুনা বা যিকোনো প্ৰকাৰে অনুভৱ কৰা

Contributed by: Partha P Sarmah on 2006-03-29
2. (Verbal Noun) to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc. কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷