নিষ্পীড়ননিষ্পেষক
নিষ্পৃহ (Assamese) [ Roman: nis.pri.ho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
English: selfless,
Assamese: অকাম, অনীহ, অহেতুক, অহৈতুক, কামনা-শূন্য, নিঃস্বাৰ্থ, নিষ্কাম, নিষ্পৃহ, স্বাৰ্থশূন্য, স্বাৰ্থহীন
নিষ্পৃহ (Assamese) [ Roman: nis.pri.ho]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
1. (Proper Adj.) disinterested, having no interest in reward or outcome ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
Assamese: অকাম, অনীহ, অহেতুক, অহৈতুক, কামনা-শূন্য, নিঃস্বাৰ্থ, নিষ্কাম, নিষ্পৃহ, স্বাৰ্থশূন্য, স্বাৰ্থহীন