নিমাকুনিমাখিতী

নিমাখিত (Assamese) [ Roman: ni.ma.khit]
fm: নিমাখিতী
Contributed by: Biraj Kumar Kakati on 2008-05-21
1. (Proper Adj.-Common) overly submissive or compliant; unable or unwilling to cause harm. অতিশয় বিনয়ী বা বাধ্য; কাৰো কোনো অপকাৰ কৰিব নোৱৰা বা নকৰা।