নমনিয়ানমনীয়তা

নমনীয় (Assamese) [ Roman: no.mo.niyo]
Contributed by: Rupankar Mahanta on 2007-03-16
1. (Proper Adj.) able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷

Contributed by: ৰূপকমল on 2007-03-16
2. (Proper Adj.) Something that can be easily bent নভঙাকৈ সহজে ভাঁজ লগাব পৰা ।