নচিবনচুৱাই

নচিৰিমা (Deori) [ Roman: no.chi.ri.ma]
Contributed by: Himasri Das on 2022-11-07
1. (Abstract Noun) The attitudes and behaviour that are characteristic of a particular social group or organization. It is mainly related to the day to day life. কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি ৷