ধ্বংসপ্ৰৱণতাধ্বংসযজ্ঞ
ধ্বংসমুখী (Assamese) [ Roman: dhwong.xo.mu.khi]
Contributed by: Partha P Sarmah on 2011-03-05
English: destroying, destructive, devastating,
Assamese: উৎপাটক, কালদগ্ধ, ক্ষয়ংকৰী, ধ্বংসকাৰী, ধ্বংসমুখী, ধ্বংসাত্মক, ধ্বংসী, প্ৰলয়ংকাৰী, প্ৰলয়কাৰী, প্ৰলয়ঙ্কৰ, প্ৰলয়ঙ্কৰী, বিধ্বংসী, বিনাশকাৰী, বিনাশী, ভাঙোনমুখী, সংহাৰকাৰী, সংহাৰী, সৰ্বনাশী, সৰ্ব্বনাশী
ধ্বংসমুখী (Assamese) [ Roman: dhwong.xo.mu.khi]
Contributed by: Partha P Sarmah on 2011-03-05
1. (Proper Adj.-Neuter) able to or having the intention to render useless or destroy. ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা