দেৰুৰুবাদেৱ-ৰাজ

দেৱ (Assamese) [ Roman: de.wo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
1. Religious-Mythological(Common Noun-Common) A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-18
2. Surname(Abstract Noun) added after someone`s name to adress him in respect. কোনো ব্যক্তিক সন্মান সহকাৰে সম্বোধন কৰোতে নামৰ শেষত যোগ দিয়া হয়৷ যেনে- -বৰুৱা দেৱক দুআষাৰ কবলৈ অনুৰোধ জনালোঁ৷
English: dev,
Assamese: দেৱ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-18
3. Surname(Abstract Noun) it is used at the end of a persons name, with high dignity. অতি মহান ব্যক্তিৰ নামৰ পাছত ব্যৱহাৰ হয়৷ যেনে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ ইত্যাদি৷
English: dev,
Assamese: দেৱ