দীৰ্ঘদৰ্শীদীৰ্ঘম্যাদি

দীৰ্ঘনিশ্বাস (Assamese) [ Roman: dir.gho.nis.wax]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-08-02
1. (Verbal Noun) the act of letting out one's breath audibly, as from sorrow, weariness, or relief. দুখ, চিন্তা বা স্বস্তি প্ৰকাশ কৰি শব্দ হোৱাকৈ নিশাহ এৰা কাৰ্য্য।