দাৰুদাৰুব্ৰহ্ম

দাৰুণ (Assamese) [ Roman: da.run]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.) inflicting pain or suffering. দুখ বা কষ্ট দিয়া।
English: abusive, atrocious, barbaric, barbarous, bestial, brutal, cruel, diabolic, harsh, inconsiderate, merciless, perverted, rude, ruthless, sadistic, scoundrel, unkind,
Assamese: অকৰুণ, অদয়, অন্তৰশূন্য, অবিনয়ী, অমানুষ, অমানুষিক, অমানুহ, আসুৰিক, আসুৰী, উখৰা, উগ্ৰকৰ্মা, উভঙা, কঠুৱা, কাঠচিত, কাঠচিতীয়া, কাঠৰ কঠুৱা, ক্ৰুৰ, ক্ৰূৰতাপূৰ্ণ, কৰ্কশ, জঘন্য, জৰঠ, ডোঠৰ, দশেৰ, দাদৰা, দাৰুণ, দুৰ্বিনীত, দুৰ্ব্বৱত্ত, দুৰ্বৱৰ্ত্ত, দয়া-মায়াহীন, দয়াহীন, নিকৰুণ, নিঠুৰ, নিদাৰুণ, নিদয়া, নিমৰমীয়াল, নিষ্ঠুৰ, নিষ্ঠুৰতাপূৰ্ণ, নিৰ্ঘাত, নিৰ্দয়, নিৰ্মম, নৃশংস, পাশবিক, পাষাণ-হৃদয়, পৰুষ, বৰ্বৰ, মমতাহীন, মায়াহীন, সহানুভূতিহীন, সৌজন্যহীন, হিংস্ৰ, হুঁটা, হৃদয়হীন, ৰুক্ষ, ৰূঢ়,
Bodo: अनागारि, आनागारि, उसु-गुदु,
Khasi: ba runar, bym sbun,
Garo: ka.namgijagipa,
Nagamese: nisthur,
Tai: কুন্ জুক্,
Hindi: उदंड, करारा,
Nepali: कर्कश, निठुरि, निर्मम, बर्बर, रूढ,
Deori: অকুৰি, অকুৰ্

Antonyms:

a. Proper Adj.-Common &/or Masculine: affectionate, benevolent, benign, benignant, compassionate...

Different POS:

b. Abstract Noun: brutality, cruelty, inhumanity, savagery, অমানুষিকতা...
c. Common Noun-Common: barbarian, savage, মেলেছ, ম্লেচ্ছ, chaokhatriba...

Related Idea:

d. Proper Adj.-Common: inhuman, অমানবীয়, অমানুষিক, অমানুষী, মনুষ্যত্বহীন...

Contributed by: Mousumi Konwar on 2023-02-20
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. Hinduism(Proper Noun-Masculine) One of the principal Hindu deities হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
English: Vishnu,
Assamese: অচ্যুত, অজিতেশ, অনন্ত-শয়ন, অমিতাশন, অমৃতশেয়, অৰবিন্দ-লোচন, আদিবৰাহ, ইন্দ্ৰকৰ্মা, ঈপতি, উৰুক্ৰম, উৰুগায়, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কামেশ্বৰ, কুন্দ, কুন্দৰ, কুমোদক, কুস্তভ, কূৰ্মৰাজ, কৌস্তভবক্ষ, খগাসন, খগেন্দ্ৰধ্বজ, গোলোকপতি, গোলোকেশ্বৰ, গড়ুৰকেতু, গৰুড় বাহন, গৰুড়-ধ্বজ, চক্ৰধাৰী, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চক্ৰেশ্বৰ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জয়পাল, ত্ৰৈলোকনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দনুজাৰি, দানৱাৰি, দাৰুণ, দীন-দয়াল, দৈতাৰি, দৈত্যনিসূদন, দৈত্যাৰি, ধৰণীশ্বৰ, ধৰ্মনাভ, নাৰায়ণ, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পদ্মলোচন, পদ্মেশ, পাষণ্ডমৰ্দ্দন, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰুষোত্তম, বলিন্দম, বলিসূদন, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মধুসূদন, মধুৰিপু, মন্দৰধাৰী, মাধৱ, মুৰনাশী, মুৰমথন, লক্ষীকান্ত, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীনাৰায়ণ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শাৰঙ্গপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীধৰ, শ্ৰীনাথ, শ্ৰীনিবাস, শ্ৰীপতি, সত্যনাৰায়ণ, হৰি, ৰবিলোচন, ৰমাকান্ত, ৰমাপতি, ৰমেশ,
Bodo: बिष्णु,
Bangla: বিষ্ণু

Related Idea:

a. Proper Noun-Masculine: garuda, অৰ্ক্ষ্য, কশ্যপনন্দন, কামায়ু, কাশ্যপেয়...