তৰুৱাতৰোৱাল

তৰুৱা-কদম (Assamese) [ Roman: toru.wa-kodom]
Contributed by: Atul Ch. Kakoti on 2009-05-31
1. (Proper Noun-Common &/or Masculine) A kind of thorny tree or shrub. It has a pairs of thorns at the base of each leaf and small round shaped yellow coloured flower with soft sting. সৰু সৰু কোমল শুঙযুক্ত ঘূৰণীয়া আৰু হালধীয়া ৰঙৰ ফুল ধৰা এবিধ কাঁইটীয়া গছ ৷ ইয়াৰ ফুলৰ আকৃতি কদম ফুলৰ দৰে বাবে ইয়াক তৰুৱা কদম কোৱা হয়৷