তৌ তৌ কৰেতৌবা

তৌজি (Assamese) [ Roman: tou.ji]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-10
1. (Material Noun-Neuter) A kind of revenue register, where total land revenue and payments are recorded. মৌজাৰ মুঠ খাজনা আৰু তাৰ আদায়ৰ হিচাপ লিখি ৰখা বহী ৷
Assamese: তৌজি

Contributed by: Biraj Kumar Kakati on 2011-10-07
2. Legal(Proper Noun-Neuter) A kind of register where the revenue of each tenant and the total revenue of a mouza are documented. প্ৰত্যেক ৰায়তৰ কিস্তিমতে দিব লগীয়া ৰাজহৰ হিচাপ আৰু মৌজাৰ মুঠ খাজনা লিখি ৰখা বহী৷
English: touji,
Assamese: তৌজি