তৈয়াৰ কৰ্তৈৰা
তৈয়াৰী (Assamese) [ Roman: toi.ya.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
English: ready, yare,
Assamese: উদ্যত, উন্মুখ, ঊৰ্দ্ধবাহু, তৈয়াৰী, প্ৰস্তুত, সষ্টম, সাজু,
Meeteilon: yare,
Nagamese: toiyar,
Dimasa: redi,
Deori: হিগাবা, ৰাজি-চাবা
Contributed by: Ranjita Pegu on 2006-12-22
তৈয়াৰী (Assamese) [ Roman: toi.ya.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common) in the state of making all tools and materials available to carry out certain task কোনো কাম কৰাৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি আৰু সামগ্ৰী উপলব্ধ কৰা অৱস্থাAssamese: উদ্যত, উন্মুখ, ঊৰ্দ্ধবাহু, তৈয়াৰী, প্ৰস্তুত, সষ্টম, সাজু,
Meeteilon: yare,
Nagamese: toiyar,
Dimasa: redi,
Deori: হিগাবা, ৰাজি-চাবা
Different POS:
a. Verb-Trans.: prepare, ready, প্ৰস্তুত হ, সাজু হ, थियारि...Contributed by: Ranjita Pegu on 2006-12-22
2. (Verbal Adj.) Creating or preparing something by combining materials or putting parts together. বহু অংশ একেলগ কৰি অথবা বিভিন্ন সামগ্ৰী একত্ৰিত কৰি তৈয়াৰ কৰা (কোনো বস্তু)