তুলাদণ্ডতুলাধুনা দে
তুলাধাৰ (Assamese) [ Roman: tu.la.dhar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
English: businessman, dealer, merchandiser, merchandizer, merchant, trader,
Assamese: কাৰবাৰী, খমাৰী, তুলাধাৰ, বণিক, বণিজাৰু, বণিয়া, বাণিজাৰ, বেপাৰী, বেহেৰুৱা, ব্যৱসায়ী, মুদৈ, শেঠী, শ্ৰেষ্ঠী, সদাগৰ, সাউদ,
Bodo: फालांगिरि, सदागर,
Garo: badinggipa,
Bishnupriya Manipuri: ব্যাপারী,
Nagamese: bepari,
Tai: ফু কা
তুলাধাৰ (Assamese) [ Roman: tu.la.dhar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
Ref: চন্দ্ৰকান্ত অভিধান
1. (Common Noun-Common) a person who buys and sells commodities for profit লাভৰ বাবে বস্তু বেচা-কিনা কৰা ব্যক্তি; ব্যৱসায় কৰি জীৱিকা অৰ্জন কৰা ব্যক্তি|Assamese: কাৰবাৰী, খমাৰী, তুলাধাৰ, বণিক, বণিজাৰু, বণিয়া, বাণিজাৰ, বেপাৰী, বেহেৰুৱা, ব্যৱসায়ী, মুদৈ, শেঠী, শ্ৰেষ্ঠী, সদাগৰ, সাউদ,
Bodo: फालांगिरि, सदागर,
Garo: badinggipa,
Bishnupriya Manipuri: ব্যাপারী,
Nagamese: bepari,
Tai: ফু কা