তাৎপৰ্যপূৰ্ণতাৎপৰ্য্য
তাৎপৰ্যহীন (Assamese) [ Roman: tat.por.jo.hin]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-17
English: non-significant, trivial, unimportant,
Assamese: গুৰুত্বহীন, তাৎপৰ্যহীন, তাৎপৰ্য্যহীন, বাৰেভচহু, লাপিলুপা, সৰু-সুৰা,
Bodo: नंखाय, नेहाद,
Garo: gamchatgijagipa,
Deori: মামুলি
তাৎপৰ্যহীন (Assamese) [ Roman: tat.por.jo.hin]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-17
1. (Proper Adj.-Neuter) not significant or serious, not worth considering. গুৰুত্ব দিব নলগীয়া, অদৰকাৰী (চিন্তা, বিষয়, বস্তু ইত্যাদি)।
Assamese: গুৰুত্বহীন, তাৎপৰ্যহীন, তাৎপৰ্য্যহীন, বাৰেভচহু, লাপিলুপা, সৰু-সুৰা,
Bodo: नंखाय, नेहाद,
Garo: gamchatgijagipa,
Deori: মামুলি