তাইতাইও
তাই-লুকীয়া (Assamese) [ Roman: tai-lu.ki.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
English: backbiter, slanderer,
Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
English: untrustworthy,
Assamese: অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাসী, অসঞ্জাতী, তাই-লুকীয়া,
Dimasa: lonjaoyah
তাই-লুকীয়া (Assamese) [ Roman: tai-lu.ki.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common &/or Masculine) one who talks spitefully about a person who is not present আগত নথকা মানুহৰ অহিতে কথা কোৱা ।Assamese: কুটনীয়া, কুটস্থ, কুটিল, টুটকীয়া, তল-খুঁচৰীয়া, তাই-লুকীয়া, নাৰদীয়া, পিশুন, লগনীয়া, লগনীয়া-ভগনীয়া, সূচক,
Bodo: नामथांहोग्रा, बुंखोमाग्रा
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
Ref: চন্দ্ৰকান্ত অভিধান
2. (Proper Adj.-Common &/or Masculine) not worthy of trust or belief. যাক বিশ্বাস কৰিব নোৱাৰি, বিশ্বাসৰ অযোগ্য ৷Assamese: অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাসী, অসঞ্জাতী, তাই-লুকীয়া,
Dimasa: lonjaoyah