তন্দ্ৰালসতন্দ্ৰাশূন্য
তন্দ্ৰালু (Assamese) [ Roman: ton.dra.lu]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-28
English: dozy, drowsy, sleepy, somnolent,
Assamese: কলমটিওৱা, কলাঘুমটিয়া, চিলমিলীয়া, তন্দ্ৰালস, তন্দ্ৰালু, তন্দ্ৰাৱিষ্ট, নিদ্ৰাক্লিষ্ট, নিদ্ৰালস, নিদ্ৰালু,
Deori: উগাঁদুমায়া, মুগাদুমায়া
তন্দ্ৰালু (Assamese) [ Roman: ton.dra.lu]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-28
1. (Proper Adj.-Neuter) almost asleep; making somebody feel tired/sleepy প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷