ণত্ববিধি (Assamese) [ Roman: not.to.bi.dhi]
Contributed by: Partha P Sarmah on 2008-07-06
1. (Abstract Noun) a set of grammatical rules governing the change of 'ন' to 'ণ' in the spelling of some Assamese words. অসমীয়া বানান পদ্ধতিত পৰিৱেশ ভেদে একেটা শব্দৰ বানানত ’ন’ কেতিয়া আৰু কেনেকৈ ’ণ’ হয়, তাৰ কিছুমান নিয়ম আছে৷ এই নিয়মসমূহকে ণত্ববিধি বোলে৷