জ্ঞানাভিলাষজ্ঞানাৰ্জন
জ্ঞানাভিলাষী (Assamese) [ Roman: giya.na.bhi.la.xi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-02
English: curious, inquisitive,
Assamese: অনুসন্ধিৎসু, আগ্ৰহান্বিত, উদগ্ৰীৱ, উৎকৰ্ণ, কুতূহলী, কৌতুকী, কৌতূহলী, জিজ্ঞাসু, জ্ঞানতৃষ্ণা, জ্ঞানপিপাসা, জ্ঞানলিপ্সু, জ্ঞানাভিলাষী, ব্যগ্ৰ,
Bodo: मिथिनो लुबैनाय,
Hindi: उत्कंठित
জ্ঞানাভিলাষী (Assamese) [ Roman: giya.na.bhi.la.xi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-02
1. (Proper Adj.-Common) very interested in learning about different things বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.