জোঁটা-পোটাজোঁৰ

জোঁটাশালি (Assamese) [ Roman: jo`~.ta.xa.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) a contractual relationship between two or more persons carrying on a joint business venture with a view to profit, each incurring liability for losses and the right to share in the profits কোনো কাৰ্য্য বা ব্যৱসায় কৰিবলৈ দুই বা ততোধিক লোকে বন্ধা লগ, য’ত তেওঁলোকে লোকচানৰ দায়িত্ব আৰু লাভৰ অংশ ভগাই ল’বলৈ চুক্তিবদ্ধ হয় ৷