জুলুকাজুলুম কৰ

জুলুকি (Assamese) [ Roman: ju.lu.ki]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-08
1. (Material Noun-Neuter) a kind of basket for catching small fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ এটা মূৰ খোলা থাকে আৰু সৰু সৰু মাছ চবিয়াই ধৰা হয়|
English: Juluki,
Assamese: জুলুকি