জিলকা জিলজিলিয়া কাগজ

জিলজিলিয়া (Assamese) [ Roman: jil.ji.li.ya]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-28
1. (Proper Adj.-Neuter) through which light passes যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-10-28
2. (Abstract Noun) quality of permitting the free passage of electromagnetic radiation and being clear and transparent পোহৰ বা কোনো বিদ্যুৎ-চুম্বকীয় ৰশ্মী পাৰ হৈ যাব পৰা৷