জবান দেজবাব

জবান-বন্দী (Assamese) [ Roman: jo.ban-bon.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
1. (Abstract Noun) declaration given before the police or magistrate regarding witness or involvement in a legal or criminal case আৰক্ষী অথবা দণ্ডাধীশৰ সন্মুখত কোনো ন্যায়িক বা অপৰাধ-জনিত ঘটনাৰ সাক্ষ্য বা জৰিত হোৱা সম্পৰ্কে দিয়া ঘোষণা