জনতাজনদিয়েক

জনতাতন্ত্ৰ (Assamese) [ Roman: jo.no.ta.ton.tro]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-01-31
1. (Abstract Noun) A form of government in which sovereign power resides in the people and is exercised by them or by officers they elect to represent them. জন-সাধাৰণৰ হাতত দেশৰ আচল কতৃত্ব থকা শাসন-প্ৰণালী, য’ত ভোট দানৰ সহায়ত দেশৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে ৷