চেনেহচেনেহুৱা

চেনেহী (Assamese) [ Roman: se.ne.hi]
Contributed by: Partha P Sarmah on 2008-03-21
1. (Common Noun-Feminine) an address to a female lover; a female lover. কোনো ল’ৰা, পুৰুষে মনে বিচৰা, ভালপোৱা ছোৱালী/ নাৰীক মৰমেৰে কৰা সম্বোধন৷ কোনো ল’ৰা, পুৰুষৰ বাবে তেওঁৰ সৈতে প্ৰেমজনিত সম্পৰ্ক থকা ছোৱালী/ নাৰী৷