চুবলৈচুবাটোলৈ

চুবা (Assamese) [ Roman: su.ba]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) A large piece of earth, clay or some other materials without definite shape. নিৰ্দিষ্ট কোনো আকৃতি নথকা মাটি বা আন কেতবোৰ গোটা বস্তুৰ অংশ|

Contributed by: Biraj Kumar Kakati on 2008-04-22
Ref: হেমকোষ (পুৰণি)
2. (Material Noun-Neuter) A part of a village or town. ওচৰা-উচৰিকৈ থকা মানুহবিলাকৰ ঘৰসমূহ, গাওঁ বা নগৰৰ এভাগ |

চুবা (Deori) [ Roman: chu.ba]
Contributed by: Harshita Hazarika on 2022-11-09
3. (Abstract Noun) Measurement from base to top or from foot to head ভূমিৰ পৰা শীৰ্ষলৈ অথবা গুৰিৰ পৰা মূৰলৈ জোখ

Contributed by: Himasri Das on 2023-03-21
4. (Abstract Noun) Height of an object, esp above sea level সাগৰ-পৃষ্ঠৰ পৰা কোনো বস্তু কিমান ওপৰত তাৰ জোখ।