চিকিৎসা বিজ্ঞানচিকিৎসাধীন

চিকিৎসা-কেন্দ্ৰ (Assamese) [ Roman: si.kit.sa-ken.dro]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-26
1. (Material Noun-Neuter) a small medical establishment, or a session of a school or class, in which medicine or surgery is taught by the examination and treatment of patients. এক বিশেষ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা চিকিৎসা-প্ৰতিষ্ঠান, কোনো চিকিৎসা প্ৰতিষ্ঠান য’ত ৰোগীৰ পৰিচৰ্য্যা আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষা দিয়া হয়৷