চাদৰ (Assamese) [ Roman: sa.dor]plc: -বোৰ,
-সমূহ,
dfc: -খন
Contributed by: PS on 2007-04-13
1. (Material Noun-Neuter) Sheet of cloth, used for covering something, typically upper part of body or bed গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
English: sheet,
Assamese: আচ্ছাদনবস্ত্ৰ,
আচ্ছাদনী,
উত্তৰবস্ত্ৰ,
উত্তৰবাস,
উত্তৰাসংগ,
উত্তৰীয়,
উত্ৰী,
চাদৰ,
নিৰীত,
বৃহতিকা,
বৰুত্ৰ,
Garo: ba.ra chadol,
Karbi: pekok,
Nagamese: chador,
Dimasa: rikhaosa,
rimsao