চলাচল কৰ্চলাথ কৰ্

চলাথ (Assamese) [ Roman: so.lath]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-21
1. (Abstract Noun) The act of rolling up and down. প্ৰচণ্ডভাৱে এবাৰ তল, এবাৰ ওপৰ কৰা অবিৰত কাৰ্য্য |
English: great agitation,
Assamese: উথল-পাথল, চলাথ, তল-ওপৰ, তোলপাৰ, দলদোপ, দলদোপ-হেন্দোলদোপ, হিন্দোলা-হিন্দোলি, হেন্দোলদোপ

Example Sentences:

1. বস্তুটো বিচাৰি সকলো চলাথ কৰিলো কিন্তু কতো বিচাৰি নাপালো।