চপচপীয়াচপনীয়া জোঁৱাই

চপনীয়া (Assamese) [ Roman: so.po.ni.ya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-27
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Proper Adj.-Masculine) a man living at the house of a woman who keeps him. বিয়া নকৰাকৈ কোনো তিৰোতাক ভাৰ্যা স্বৰূপে লৈ সেই তিৰোতাৰ ঘৰতে বাস কৰা মানুহ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
2. (Common Noun-Common) a person living in other`s house as a dependent আনৰ ঘৰত বহতীয়া হিছাপে থাকি জীৱন কটোৱা লোক