চন্দ্ৰোদয়চন্দ্ৰৰশ্মি

চন্দ্ৰোপল (Assamese) [ Roman: son.dro`.pol]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a finely granular variety of gypsum, often white and translucent, used for ornamental objects or work, such as lamp bases, figurines, etc. বিভিন্ন সজোৱা বস্তু, পাত্ৰ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা এবিধ বৰ মিহি আৰু বগা শিল (জীপছামৰ এক প্ৰকাৰ)