চন্দিয়াচন্দুৱা

চন্দুক (Assamese) [ Roman: son.duk]
Contributed by: Partha P Sarmah on 2007-11-05
1. (Material Noun-Neuter) a strong fire and water proof, usually metal, box for keeping valuable things in. মূল্যৱান,গুৰুত্বপূৰ্ণ সামগ্ৰী বা নথি-পত্ৰ ৰাখিবলৈ ধাতু বা টান কাঠেৰে নিৰ্মিত শক্তিশালী বাকচ৷ ধাতুৰে নিৰ্মিত চন্দুক সাধাৰণতে জুই আৰু পানী ৰোধক৷ বেংক আদিত ব্যৱহাৰ হয়৷
English: strong-box,
Assamese: চন্দুক