চঁক খাচঁছ্

চঁছালি (Assamese) [ Roman: so~.sa.li]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-24
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Material Noun-Neuter) long strips of split bamboo strung together. একেলগে জৰীৰে গোঁঠা বাঁহৰকামীসমূহ ৷

Contributed by: Biraj Kumar Kakati on 2010-02-07
2. (Material Noun-Neuter) Bamboo or reeds crushed and widened for making walls etc. চাং, বেৰ আদি তৈয়াৰ কৰিবলৈ থেঁতেলাই বহল কৰা বাঁহ, নল আদি ৷