ঘোঁট্ঘোঁৰা নিম

ঘোঁৰা (Assamese) [ Roman: gho'~.ra]
fm: ঘুঁৰী, ঘোঁৰী
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
English: horse,
Assamese: অশ্ব, অশ্বিনী, কীকট, ক্ৰমণ, ঘোঁৰা, ঘোটক, তুৰগ, তুৰঙ্গ, তুৰঙ্গম্, প্ৰকীৰ্ণক, বাজী, বাহ, বাহনশ্ৰেষ্ঠ, মৰুদ্ৰথ, সৈন্ধৱ, হ্ৰেষী, হয়, ৰাজস্কন্ধ, ৰেষা,
Bodo: गराइ, गराय,
Mising: গোৰে,
Khasi: kulai,
Garo: gora,
Meeteilon: sagol,
Bishnupriya Manipuri: গড়া,
Karbi: loshei,
Kok-Borok: korai,
Hmar: sakawr,
Nagamese: ghora, gura,
Dimasa: gorai,
Hindi: घोडा,
Bangla: ঘোড়া,
Tiwa: kora,
Deori: দুৰ, মেতুৱা

Example Sentences:

1. ঘোঁৰাই বেগাই দৌৰিব পাৰে।

Opp. Gender:

a. Common Noun-Common &/or Masculine: কুনকী...

Sub Idea:

b. Common Noun-Common: colt, foal, অশ্বশাৱক, ঘঁৰী, ঘোঁৰা পোৱালি...
c. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ...

Contributed by: Biraj Kumar Kakati on 2006-03-17
2. (Material Noun-Neuter) A temporary arrangement erected around a building for convenience of workers. পকী ঘৰৰ বেৰ আদি সাজোঁতে ব্যৱহাৰ কৰা কাঠৰ যতন৷
English: scaffold,
Assamese: ঘোঁৰা