গৰ্ভস্ৰাৱগৰ্ভাৱস্থা
গৰ্ভাশয় (Assamese) [ Roman: gor.bha.xoy]
Contributed by: Bikram M Baruah on 2010-06-27
English: uterus, womb,
Assamese: কুক্ষি, গৰ্ভ, গৰ্ভকোষ, গৰ্ভাশয়, জৰায়ু, মচ,
Nagamese: gorbho,
Dimasa: satib
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-04
গৰ্ভাশয় (Assamese) [ Roman: gor.bha.xoy]
Contributed by: Bikram M Baruah on 2010-06-27
1. Anatomy(Material Noun-Neuter) a hollow muscular organ in the pelvic cavity of females; contains the developing fetus. স্ত্ৰীলিঙ্গৰ মানুহ বা জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে।
Assamese: কুক্ষি, গৰ্ভ, গৰ্ভকোষ, গৰ্ভাশয়, জৰায়ু, মচ,
Nagamese: gorbho,
Dimasa: satib
Different POS:
a. Abstract Noun: গৰ্ভজাত, গৰ্ভস্থ, জঠৰস্থ...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-04
2. Flowers(Common Noun-Feminine) the enlarged lower part of the pistil in angiospermous plants, enclosing the ovules or young seeds ফুলৰ গৰ্ভকেশৰৰ একেবাৰে তলৰ মূৰৰ ওফোন্দা অংশ, যি গৰ্ভকোষ অথবা ক্ৰমবিকাশমান বীজ ধাৰণ কৰে ৷