গ্ৰাম্যাঞ্চলৰগ্ৰাস

গ্ৰাম’ফোন (Assamese) [ Roman: gra.mo’’.pho`n]
alt: গ্ৰামোফোন
Contributed by: Biraj Kumar Kakati on 2008-10-06
1. (Material Noun-Neuter) An antique record player; the sound of the vibrating needle is amplified acoustically. It is known to be the first device for recording and replaying sound. It was the most common device for playing recorded sound from the 1870s through the 1980s. বাণীবদ্ধ গীত বা কথা বজাব পৰা যন্ত্ৰ৷ ১৮৭০ - ১৯৮০ ইং চনলৈ এই যন্ত্ৰবিধ বহুলভাৱে ব্যৱহৃত হৈছিল৷ ইয়াতে এটা বিশেষ পিন/বেজীৰ সহায়ত এখন চুম্বকীয় কাঁহীত খোদিত কৰি ৰখা শব্দবোৰ বজোৱা হয়৷