গুণতগুণধৰ
গুণদায়ক (Assamese) [ Roman: gu.no.da.yok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
English: effective, effectual, efficacious, fruitful, fulfilling,
Assamese: গুণদায়ক, প্ৰভাৱী, ফলদ, ফলদায়ক, ফলদায়ী, ফলপ্ৰদ, ফলপ্ৰসূ, ফলশালী, ফলিৱত, সিদ্ধিজনক,
Bodo: गोहोम गोनां, फिथाइ गोनां, फिथाय गोनां,
Khasi: batrei kam,
Deori: আকা নমা গাতে, গুন-লাদুবা
গুণদায়ক (Assamese) [ Roman: gu.no.da.yok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Neuter) Producing fruit or useful result ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱাAssamese: গুণদায়ক, প্ৰভাৱী, ফলদ, ফলদায়ক, ফলদায়ী, ফলপ্ৰদ, ফলপ্ৰসূ, ফলশালী, ফলিৱত, সিদ্ধিজনক,
Bodo: गोहोम गोनां, फिथाइ गोनां, फिथाय गोनां,
Khasi: batrei kam,
Deori: আকা নমা গাতে, গুন-লাদুবা