গাভৰুহঁতেওগাম-খাৰু

গাম (Assamese) [ Roman: gam]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-16
1. (Proper Noun) A skin disease, the patches of which occur mostly behind the knees, in the folds of the elbows and wrists, and on the neck, ankles, and feet. The infected skin becomes dry, scaly, and extremely itchy. It is a result of a hypersensitivity or allergy that causes inflammation. The itching worsens with heat, stress, or abrasions to the areas from scratching. আঠুৰ পিছফালে, কিলাকুটিৰ ভাঁজত, মনিবন্ধনী, ডিঙি, গেৰুৱা, ভৰি আদিত হোৱা এবিধ ছালৰ ৰোগ৷ এই ৰোগত ছালখন খহতা চকলা চকল শুকানভাৱ হয়৷ অতি বেছিকৈ খজুৱতি হয়৷ এই ৰোগ সাধাৰণতে এলাৰ্জিৰ বাবে হয়৷ ইয়াৰ ফলত ছালত পোৰনি উঠে আৰু এনে দহনৰ ফলত ছালখন চকলা-চকল শুকান বগা হৈ পৰে আৰু খজুৱায়৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-16
2. (Verbal Noun) the trotting pace of a horse, in which the legs move in diagonal pairs. ঘোঁৰাৰ দুখুজীয়া খোজ, য’ত কোণীয়া-কোণীকৈ থকা দুখন ঠেং একেলগে আগবঢ়ায়।
English: trot,
Assamese: কদম, গাম