গন্ধীয়াগন্ধীয়া-ভাণ্ডাৰ

গন্ধীয়া-ভঁৰাল (Assamese) [ Roman: gon.dhi.ya-bho~.ral]
Contributed by: Anjali Sonowal on 2009-02-17
1. (Material Noun-Neuter) Archives of the Ahom kings where royal documents were preserved with sulphurous fumes. (the officers of this archives were known as Gondhia Phukan and Gondhiya Barua ) আহোম ৰজাৰ দিনত ৰাজনৈতিক নথি-পত্ৰ কীট-পতংগৰ পৰা গন্ধকৰ ধোঁৱাৰে সুৰক্ষিত কৰি ৰখা ভঁৰাল ।(গন্ধীয়া ফুকন আৰু গন্ধীয়া বৰুৱা যথাক্ৰমে এই ভঁৰালৰ প্ৰধান আৰু আন বিষয়া আছিল ।