খী হু\খীখিয়া

খী-লী-মী (Tai) [ Roman: khi-li-mi]
Contributed by: Anjali Sonowal on 2010-07-05
1. (Common Noun-Masculine) a hill tribe of Arunachal Pradesh. Now know as Nyishi. The Nyishi tribe is one of the principal inhabitants of Arunachal Pradesh in north-eastern India. Nyi refers to "a man" and the word shi denotes "a being", which collectively means a civilized human being. They are spread across six districts of Arunachal Pradesh viz.,Papum Pare, part of Lower Subansiri, Kurung Kumey, East Kameng, parts of Upper Subansiri, the recently created district Kra Dadi and are also found in the Sonitpur and North Lakhimpur districts of the neighbouring state of Assam. অৰুণাচল প্ৰদেশৰ এজাতি পৰ্বতীয়া মানুহ৷এওঁলোকক আগতে ভৈয়ামৰে লোকে ডফলা বুলিছিল। নিজকে নিচি বুলি পৰিচয় দিয়ে। নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। তেওঁলোক নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে। পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয়। কঁকালৰ চাৰিওফালে বেতৰ ফিটা ৰে বান্ধি থয়। তেওলোকে বিশ্বাস কৰে যে, মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাঁও লৈ গুচি যায়।
English: Daffla, Nyishi,
Assamese: ডফলা, নিচি,
Tai: খী-লী-মী

Related Idea:

a. Proper Adj.-Feminine: ডাফলী, ডাবহী...