খঙ্ মী কিন্খচকা

খঙৰা (Assamese) [ Roman: kho.ngo.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
1. (Material Noun-Neuter) a device made of one or two internodes of bamboo by partly removing a stripe from each side, used for keeping dao or knife hanging from the wall এপাব বা দুপাব বাঁহৰ দুফালে দুচটা এৰুৱাই তাক বেৰত বান্ধি তাৰ বিন্ধাৰ ভিতৰেদি দা-কটাৰী ৰখা সঁজুলি