কেশগুচ্ছকেশপাশ

কেশঠুৰী (Assamese) [ Roman: ke.xo.thu.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-23
1. (Common Noun) Arum like edible aquatic herb with thorns. দ ঠাইত হোৱা, কাঁইটীয়া, শকত গা-গছৰ কচু৷ পাতৰ মধ্যসিৰা, শাখা সিৰা কাঁইটীয়া, বৃন্ত দীঘল, ত্ৰিভুজাকাৰ,অখন্ড, বা পখীপাদাকৃতি৷