কেতি-বেৰিকেতিয়াও

কেতিয়া (Assamese) [ Roman: ke.ti.ya]
adv: কেতিয়াকৈ
1. (Adverb) an interrogative adverb to ask the time at which an event took place or would take place কোনো হৈ যোৱা বা হ’ব লগীয়া ঘটনাৰ সময় সুধিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক অব্যয়