কুটনাকুটনী
কুটনাট (Assamese) [ Roman: kut.nat]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
English: back-biting, belittlement, depreciation, detraction, disparagement, slander,
Assamese: অঁসূয়া, অপপ্ৰচাৰ, অৱমূল্যায়ন, কুটনাট, কুৎসা ৰটনা, চুক্লি, পৰচৰ্চা, পৰনিন্দা,
Bodo: नामथांनाय,
Karbi: kasorsa
কুটনাট (Assamese) [ Roman: kut.nat]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
1. (Abstract Noun) Words falsely spoken that damage the reputation of another. কাৰোবাৰ অনুপস্থিতিত তেওঁৰ বিপক্ষে কোৱা লগনীয়া কথা৷
Assamese: অঁসূয়া, অপপ্ৰচাৰ, অৱমূল্যায়ন, কুটনাট, কুৎসা ৰটনা, চুক্লি, পৰচৰ্চা, পৰনিন্দা,
Bodo: नामथांनाय,
Karbi: kasorsa