কুটকুটনিকুটকুটীয়া

কুটকুটা (Assamese) [ Roman: kut.ku.ta]
Contributed by: Partha P Sarmah on 2007-08-19
1. (Verb-Trans.) to move one's fingers on a sensitive part of somebody's body to make them laugh হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া