কুচক্ৰান্তকুচক্ৰী

কুচক্ৰান্তকাৰী (Assamese) [ Roman: ku.so.kran.to.ka.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-28
1. (Common Noun-Common) someone who plans with someone else secretly to do something bad or illegal. কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰা ব্যক্তি।