কাঁজিবাকাঁটল

কাঁজিলা (Assamese) [ Roman: ka~.jo.la]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-09
1. (Material Noun-Neuter) a black substance produced by putting the burning end of a lighted bamboo or cane strip on iron. শুকান বেত বা বাঁহৰ কামী এচলাৰ মূৰত জুই লগাই সেই মূৰ এচলা লোৰ ওপৰত লগাই ধৰি থাকিলে ওলোৱা এবিধ ক’লা বৰণৰ এঠা [তাক পানীয়ো খোৱা বা আন ঘা আদিত লগায়; তাৰে মানুহৰ দাঁতো বোলায়৷]৷